আমাৰ বিষয়ে

বিদ্যুৎ আইন’২০০৩ ত সন্নিবিষ্ট ব্যৱস্থা অনুসৰি ২০০৪ চনৰ ডিচেম্বৰত ৰাজ্যিক শক্তি খণ্ড সংস্কাৰ আঁচনিৰ জৰিয়তে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক (অ ৰা বি প) খণ্ডিত কৰি অসম শক্তি বিতৰণ নিগম লিমিটেড গঠন কৰা হৈছিল। ২০০৪ চনৰ ২৯ এপ্রিলৰ পৰা কার্য্য আৰম্ভ কৰাৰ প্রমাণপত্র লাভ কৰা গৈছিল। ২০০৫ চনৰ এপ্রিলৰ পৰা নতুন কোম্পানী বেলেন্স শ্বীটৰ জৰিয়তে চূড়ান্ত সংস্কাৰ আঁচনি ৰূপায়ণ কৰা হ’ল। এই কোম্পানীটো ৰাজ্যখনৰ শক্তি চাহিদা পূৰণ কৰিবলৈ প্রয়োজনীয় সর্বোচ্চ পৰিমাণৰ শক্তি উৎপাদনৰ বাবে দায়বদ্ধ। [ + আৰু চাওক ]

বাতৰি আৰু পৰিঘটনা

00+

Years Of Experience

00+

Power Projects

00+

Qualified Professionals

00+ MU

Electricity Generated

আমাক সমৰ্থন কৰা অংশীদাৰসকল